Total No. of Printed Pages — 15
24E — SWAD
2024
SWADESH ADHYAYAN
Full Marks: 80
Pass Marks: 24
Time: 3 hours
The figures in the margin indicate full marks
for the questions
ALLOTMENT OF MARKS
GROUP — A: History
(Marks: 40)
Q. No. 1 carries 1 mark each 1×6=6
Q. No. 2 carries 2 marks each 2×4=8
Q. No. 3 carries 4 marks each 4×5=20
Q. No. 4 carries 6 marks 6×1=6
GROUP — B: Geography
(Marks: 40)
Q. No. 5 carries 1 mark each 1×6=6
Q. No. 6 carries 2 marks each 2×4=8
Q. No. 7 carries 4 marks each 4×5=20
Q. No. 8 carries 6 marks 6×1=6
Total 40
Total (Group A & Group B): 40+40=80
/162
[ Contd.
Group — A
ক — শাখা
(History)
(Marks — 40)
1. Choose the correct answer of the following (any six) 1×6=6
তলত দিয়া সমুহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ (যিকোনো ছয়টা)
(a) The last king of Salastambha dynasty was.
শালস্তম্ভ বংশৰ শেষ ৰজা আছিল
(i) Salastambha (শালস্তম্ভ)
(ii) Vanamala Varman (বনমাল বৰ্মন)
(iii) Harjara Varman (হৰ্জৰ বৰ্মন)
(iv) Tyagasingha (ত্যাগসিংহ)
(b) Who translated Bible for the first from English to Assamese ?
পোনপ্ৰথমে কোনে বাইবেল ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল ?
(i) Miles Bronson (মাইলছ ব্ৰনছন)
(ii) Nathan Brown (নাথান ব্ৰাউন)
(iii) Atmaram Sarma (আত্মাৰাম শৰ্মা)
(iv) Nidhiram Keot (নিধিৰাম কেঁউট)
(c) On which hill is the Kamakhya temple situated ?
কোনটো পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত ?
(i) Nilachal hill (নীলাচল পাহাৰ)
(ii) Shandhyachal hill (সন্ধ্যাচল পাহাৰ)
(iii) Chitrachal hill (চিত্ৰাচল পাহাৰ)
(iv) None of the above (ওপৰৰ কোনোটোৱেই নহয়)
(d) On which hill top is the pilgrimage site for the Muslim the poa mocca situated ?
কোন পাহাৰৰ শিখৰত মুছলমানসকলৰ তীর্থস্থান পোৱা মক্কাত অবস্থিত ?
(i) Garudachala hill (গৰুৰাচল পাহাৰ)
(ii) Chitrachal hill (চিত্ৰাচল পাহাৰ)
(iii) Monikut hill (মণিকুট পাহাৰ)
(iv) Deopahar (দেওপাহাৰ
(e) Who was the founder of Varman dynasty ?
বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ?
(i) Kumar Bhaskarvarman (কুমাৰ ভাস্কৰবৰ্মন)
(ii) Mahabhutivarman (মহাভূতি বর্মন)
(iii) Pushyavarman (পুষ্যবর্মন)
(iv) Narak (নৰক)
(f) Which Ahom ruler built Dhodar Ali ?
কোন আহোম শাসকে ধোদৰ আলি নিৰ্মাণ কৰিছিল ?
(i) Gadadhar Singha (গদাধৰ সিংহ)
(ii) Rudra Singha (ৰুদ্ৰ সিংহ)
(iii) Rajeswar Singha (ৰাজেশ্বৰ সিংহ)
(iv) None of the above (ওপৰৰ কোনোটোৱেই নহয়)
(g) Which of the following Varman King was also known as ‘Ashvamedha Sacrifice’ ?
তলৰ কোনজন বর্মন ৰজাক ‘অস্বমেধবলি’ বুলিও জনা গৈছিল ?
(i) Pushya Varman (পূষ্য বৰ্মন)
(ii) Samudra Varman (সমুদ্ৰ বৰ্মন)
(iii) Bhaskar Varman (ভাস্কৰ বৰ্মন)
(iv) Mahendra Varman মহেন্দ্ৰ বৰ্মন)
(h) Who was responsible for supervising the boat-making Khel ?
নাও নিৰ্মাণ খেলৰ তদাৰকীৰ দায়িত্ব কাৰ আছিল ?
(i) Naoboicha Phukan (নাওবয়চা ফুকন)
(ii) Khargharia Phukan (খাৰঘৰীয়া ফুকন)
(iii) Rajkhowa (ৰাজখোৱা)
(iv) Barua (বৰুৱা)
(i) Who was the founder of Neo-Vaishnavism in Assam ?
অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল ?
(i) Sankaradeva (শংকৰদেৱ)
(ii) Sukapha (চুকাফা)
(iii) Madhavdev (মাধৱদেৱ)
(iv) None of the above (ওপৰৰ কোনোটোৱেই নহয়)
2. Answer the following questions (any four) 2×4=8
তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ (যিকোনো চাৰিটা)
(a) Name two royal dynasties who ruled over Kamarupa before the entry of the Ahoms.
আহোম সকলৰ আগমনৰ পূৰ্বে কামৰূপত শাসন চলোৱা দুটা ৰাজবংশৰ নাম লিখা।
(b) How did Da-Parbotia build ?
দ-পৰ্বতীয়া কেনেদৰে নিৰ্মান কৰা হৈছিল ?
(c) Name two large tanks excavated by the Ahom kings in Sibsagar district.
শিৱ সাগৰ জিলাৰ আহোম ৰজা সকলে খন্দোৱা দুটা ডাঙৰ পুখুৰীৰ নাম লিখা।
(d) Name two imperial titles assumed by the rulers of Kamakhya.
কামৰূপৰ শাসক সকলে গ্ৰহণ কৰা দুটা সাৰ্বভৌম শক্তিৰ অৰ্থসূচক উপাধি উল্লেখ কৰা ।
(e) Who were known as Dravidians in Assam ?
অসমত দ্রাবীড়ীয় বুলি কোনসকল লোকক কোৱা হয় ?
(f) Name two mongoloid group of people living in Assam.
অসমত বসবাস কৰা দুটা মংগোলীয় জনগোষ্ঠীৰ নাম লিখা ।
(g) According to Panini what is the meaning of Bhakti ?
পাণিনিৰ মতে ভক্তিৰ অৰ্থ কি ?
3. Answer the following questions (any five) 4×5=20
তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ (যিকোনো পাঁচটা)
(a) Briefly discuss the maidam culture of the Ahom period.
আহোম যুগৰ মৈদাম সংস্কৃতিৰ বিষয়ে চমুকৈ আলোচনা কৰা।
(b) Briefly discuss the initiation and development of the Bhakti movement in Assam.
অসমত ভক্তি আন্দোলনৰ আৰম্ভনি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা।
(c) Write a note on the stone bridges and ramparts built in the Ahom age.
আহোম যুগত নিৰ্মিত শিলা-সাঁকো আৰু গড় সমূহৰ বিষয়ে এটা টোকা লিখা।
(d) Explain demographic transition of Assam.
অসমৰ জনবিন্যাস আৰু জাতি লগতে শ্ৰেণীৰ বিষয়ে বৰ্ণনা কৰা।
(e) Discuss the growth of religious traditions through time in Assam.
অসমত ধৰ্মীয় পৰম্পৰা সমূহে কিদৰে গতি লাভ কৰিছিল আলোচনা কৰা।
(f) How did Sukapha established the Ahom kingdom in the Brahmaputra Valley ?
চুকাফাই কিদৰে ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল ?
(g) Write a brief note on the contribution of the mongoloid people in the nation making process.
জাতিগঠন প্ৰক্ৰিয়াত মংগোলীয়সকলৰ অৱদান সম্পৰ্কত চমুকৈ এটা টোকা লিখা।
(h) Write elaborately about the monuments of Assam.
অসমৰ প্ৰাচীন দৌল দেৱালয়ৰ বিষয়ে বহলাই আলোচনা কৰা।
(i) Write a note on the Paik system.
পাইক প্ৰথাৰ বিষয়ে এটা টোকা লিখা।
4. Answer the following questions (any one) 6×1=6
তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ (যিকোনো এটা)
(a) Describe the role of the royal dynasties in the Political rise and fall of ancient kingdom of Kamrupa.
প্ৰাচীন কামৰূপৰ ৰাজনৈতিক উত্থান পতনত ৰাজবংশ সমুহৰ কাৰ্যকাৰিতা বৰ্ণনা কৰা।
(b) Discuss the role of ned vaishnavism in the development of social life in Assam.
অসমত নৱ বৈষ্ণৱ আন্দোলনে কিদৰে সমাজ জীৱনৰ বিকাশত অৰিহণা যোগাইছে আলোচনা কৰা।
(c) Explain the leadership capability of Ahom Generals in Ballite.
আহোম সেনাপতি সকলৰ সমৰ কৌশল দক্ষতাৰ বিষয়ে বৰ্ণনা কৰা ।
Group — B
খ — শাখা
(Geography)
(Marks — 40)
5. Choose the correct answer of the following (any six) 1×6=6
তলত দিয়া সমুহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ (যিকোনো ছয়টা)
(a) Which one of the following is a zaid crop ?
তলৰ কোনবিধ জাইড কৃষিজাত শষ্য ?
(i) Mustard (সৰিয়হ)
(ii) Paddy (ধান)
(iii) Pumpkin (ৰঙালাও)
(iv) Wheat (ঘেঁহু)
(b) In which of the following districts the number of registered industries is the lowest ?
অসমৰ কোনখন জিলাত আটাইটকৈ কম সংখ্যক পঞ্জীভূত উদ্যোগ আছে ?
(i) Goalpara (গোৱালপাৰা)
(ii) Udalguri (ওদালগুৰি)
(iii) Marigaon (মৰিগাঁও)
(iv) Dhemaji (ধেমাজি)
(c) How many tributaries flowing on the South bank of the Brahmaputra ?
ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত কেইখন উপনৈ প্ৰবাহিত হৈ আছে ?
(i) 57 (৫৭ খন)
(ii) 32 (৩২ খন)
(iii) 25 (২৫ খন)
(iv) 29 (২৯ খন)
(d) The Tropic of Cancer passes through which side of Assam ?
কৰ্কট ক্ৰান্তি ৰেখা অসমৰ কোন ফালেৰে পাৰ হৈছে ?
(i) Northern side (উত্তৰ দিশেৰে)
(ii) Southern side (দক্ষিণ দিশেৰে)
(iii) Through the middle (সোঁমাজেৰে)
(iv) Extreme east (একাবাৰে পূৱ দিশেৰে)
(e) In which district of Assam the population density is found to be lowest ?
অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন ?
(i) Dima Hasao (ডিমা হাচাও)
(ii) Karbi Anglong (কাৰ্বি আংলংগ)
(iii) Hailakandi (হাইলাকান্দি)
(iv) Udalguri (ওদালগুৰি)
(f) What is the total population of rural areas in Assam according to the 2011 Census ?
২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ গ্ৰাম্য অঞ্চলৰ জনসংখ্যা কিমান ?
(i) 14% (১৪%)
(ii) 86% (৮৬%)
(iii) 25% (২৫%)
(iv) 30% (৩০%)
(g) Which of the following is known as Biotic resources ?
তলৰ কোনটোক জৈৱিক সম্পদ বুলি জনা যায় ?
(i) Living things (জীৱিত বস্তু)
(ii) Non living things (অজীৱ বস্তু)
(iii) Man-made resources (মানৱসৃষ্ট সম্পদ)
(iv) Human resources (মানৱ সম্পদ)
(h) Which of the following is another term of jhum cultivation ?
তলৰ কোনটো ঝুম খেতিৰ আন এটা শব্দ ?
(i) Shifting Agriculture (স্থানান্তৰিত কৃষি)
(ii) Deactivated agriculture (নিষ্ক্ৰিয় কৃষি)
(iii) Commercial agriculture (বাণিজ্যিক কৃষি)
(iv) Dry agriculture (শুকান কৃষি)
(i) The highest area Umlaper (1220 m from mean sea level) is located at (HS 2022)
সৰ্বোচ্চ স্থান উমলাপাৰ (সমুদ্ৰপৃষ্ঠৰ পৰা ১২২০ মি) ৰ অৱস্থিতি হ’ল
(i) East Karbi Anglong (পূৱ কাৰ্বি আংলংগ)
(ii) Dima Hasao (ডিমা হাচাও)
(iii) Hamren Plateau ( হামৰেন মালভূমি)
(iv) Dabaka Hills (ডবকা পাহাৰ)
6. Answer the following questions (any four) 2×4=8
তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ (যিকোনো চাৰিটা)
(a) Name two North bank tributaries of the Barak river.
বৰাক নদীৰ উত্তৰ পাৰৰ দুখন উপনদীৰ নাম লিখা।
(b) What are the main reasons of population growth ?
জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ সমূহ কি কি ?
(c) Name two main physical divisions of Assam.
অসমৰ দুটা মুখ্য ভূ-প্রাকৃতিক অঞ্চলৰ নাম উল্লেখ কৰা।
(d) Why human resource is given high position among the resources ?
মানৱ সম্পদক কিয় সকলোবোৰ সম্পদৰ ভিতৰত সৰ্বোচ্চ স্থান দিয়া হয় ?
(e) In assam what is the Average temperature during the summer and winter season.
অসমত গ্রীষ্ম আৰু শীত ঋতুত উষ্ণতাৰ গড় পৰিমাণ কিমান ?
(f) Which two are the largest and smallest wildlife sanctuaries of Assam ?
অসমত কোন দুখন সকলোতকৈ ডাঙৰ আৰু সকলোতকৈ সৰু বন্যপ্রাণী অভয়াৰণ্য ?
(g) Name two districts of Assam where most of the people engaged in Jhum cultivation.
অসমৰ দুখন জিলাৰ নাম লিখা যি দুখনৰ বেছিভাগ লোক ঝুম খেতিৰ লগত জড়িত।
7. Answer the following questions (any five) 4×5=20
তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ (যিকোনো পাঁচটা)
(a) Explain the factors which influence the climate of Assam.
কোনবোৰ কাৰকে অসমৰ জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায়, ব্যাখ্যা কৰা।
(b) Discuss the major types and importance of the cottage industries in assam.
অসমৰ কুটিৰ শিল্পৰ মুখ্য ভাগ আৰু সেইবোৰৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।
(c) Write a short account of sex structure and religious composition of Assam.
অসমৰ লিংগ গাঁথনি আৰু ধৰ্মীয় জনসংখ্যা গঠন সম্পৰ্কে চমুকৈ লিখা ।
(d) What are the major categories of solis of Assam and their characteristics ?
অসমৰ মৃত্তিকাৰ মুখ্য ভাগ কোনবোৰ আৰু সেইবোৰৰ বৈশিষ্টসমূহ কি কি ?
(e) Write a note on conservation of resources.
সম্পদ সংৰক্ষণৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা।
(f) Write the difference between the natural and man mad resource.
প্রাকৃতিক আৰু মানৱসৃষ্ট সম্পদৰ প্ৰাৰ্থক্য লিখা।
(g) Describe the three major physiographic divisions of Assam.
অসমৰ প্ৰধান তিনিটা ভু প্ৰাকৃতিক বিভাগৰ বিষয়ে ব্যাখ্যা কৰা।
(h) Which are the major type of agriculture of in assam ? Give example of each type of agriculture.
অসমৰ কৃষিৰ মুখ্য শ্ৰেণীসমূহ কি কি ? প্রতিবিধ কৃষিৰ উদাহৰণ দিয়া।
(i) Which are the producers and consumers of biotic resources ?
জীৱীয় সম্পদৰ উৎপাদক আৰু উপভোক্তাবোৰ কি কি ?
8. Answer the following questions (any one) 6×1=6
তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ (যিকোনো এটা)
(a) Draw a map of Assam and locate the major divisions of it.
অসমৰ এখন মেপ আঁকি প্ৰধান প্ৰাকৃতিক ভাগ কেইটা চিহ্নিত কৰা।
(b) Examine the major problems in agricultural development in assam.
অসমৰ কৃষি উন্নতিত থকা মুখ্য সমস্যাসমূহ বিশ্লেষণ কৰা।
(c) What are the major obstacles of development of Human Resources in Assam ?
অসমত মানৱ সম্পদৰ উন্নয়নৰ প্ৰধান বাধাবোৰ কি কি ?
********
0 Comments