1. Who is known as the father of political science ?
ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায় ?
(a) Plato - পেল্টো
(b) Socrates - চক্ৰেটিছ
(c) Aristotle - এৰিষ্ট'টল
(d) None of these - এজনো নহয়
2. Who called man a political animal ?
কোনে মানুহক এটা ৰাজনৈতিক জন্তু বুলি কৈছিল ?
(a) Aristotle - এৰিষ্ট'টল
(b) Plato - পেল্টো
(c) Socrates - চক্ৰেটিছ
(d) None of the above - ওপৰত কোনো নহয়
3. What do we study in political theory ?
ৰাজনৈতিক তত্বত আমি কি বিষয়ৰ অধ্যায়ণ কৰো ?
(a) Power, authority - ক্ষমতা, কতৃত্ব
(b) Freedom, justice - স্বাধীনতা, ন্যায়
(c) Liberty, equality - স্বতন্ত্রতা, সমতা
(d) All of the above - ওপৰত উল্লেখিত গোটেই কেইটা
4. Who wrote the book 'Freedom From Fear' ?
'Freedom From Fear' নামৰ কিতাপখন কোনে লিখিছিল ?
(a) Nelson Mandela - নেলছন মেন্ডেলা
(b) Aung sung sya kyi - আং চাং চ্যু কী
(c) T.H Green - টি এইচ গ্রীণ
(d) Laski - লাস্কি
5. Who wrote the book 'Long walk to Freedom' ?
'Long walk to Freedom' নামৰ কিতাপখন কোনে লিখিছিল ?
(a) Mahatma Gandhi - মহাত্মা গান্ধী
(b) Nelson Mandela - নেলছন মেন্ডেলা
(c) Thabo M.Beki - থাবো বেকি
(d) None of the above - কোনোটোৱেই নহয়
6. Who wrote the book "on liberty" ?
"On liberty" নামৰ কিতাপখন কোনে লিখিছিল ?
(a) John stuant mill - জন ষ্টুৱাৰ্ট মিল
(b) John Locke - জন ল'ক
(c) T.H Green - টি এইচ গ্রীণ
(d) Laski - লাক্সি
7. Who wrote the book 'Hind Swaraj' ?
'হিন্দ স্বৰাজ 'কিতাপখন কোনে লিখিছিল ?
(a) B.R. Ambedkar - বি আৰ আম্বেদকাৰ
(b) Mahatma Gandhi - মহাত্মা গান্ধী
(c) Hobbes - হবছ
(d) R.E. Riggs - আৰ ই ৰিগছ
8. Who presents the budget in the Lok sobha ?
লোকসভাত কেন্দ্রীয় বাজেট কোনে উত্থাপন কৰে ?
(a) President - ৰাষ্ট্ৰপতি
(b) Prime minister - প্রধান মন্ত্রী
(c) Finance minister - বিত্তমন্ত্রী
(d) Defence minister - প্ৰতিৰক্ষা মন্ত্ৰী
9. Who made the constitution of India ?
ভাৰতৰ সংবিধানখন কোনে প্রণয়ন কৰিছিল ?
(a) Constituent Assembly - সংবিধান সভাই
(b) Indian Government - ভাৰত চৰকাৰে
(c) British Government বৃটিছ চৰকাৰে
(d) None of the above - ওপৰৰ এটাও নহয়
10. Aung sung sya kyi is from which country ?
আং ছ্যাল ছ্যু কী কোন দেশৰ নাগৰিক ?
(a) England - ইংলেণ্ড
(b) India - ভাৰত
(c) Myanmar - ম্যানমাৰ
(d) America - আমেৰিকা
11. From which language is the word 'Liberty' taken ?
'স্বাধীনতা' (Liberty) শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে ?
(a) Latin - লেটিন
(b) English - ইংৰাজী
(c) Greek - গ্রীক
(d) None of the above - ওপৰৰ এটাও নহয়
12. Who is known as the father of scientific socialism ?
কাক বৈজ্ঞানিক সমাজবাদৰ জনক বুলি কোৱা হয় ?
(a) T.H Green - টি এইচ গ্রীণ
(b) Laski - লাক্সি
(c) Karl Marx - কার্ল মাক্স
(d) Hobbes - হবছ
13. What is the foundation of Universal Adult Franchise ?
সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তি কি ?
(a) Age - বয়স
(b) Education - শিক্ষা
(c) Eligibility - যোগ্যতা
(d) Courage - সাহস
14. Where is the Headquarter of SAARC situated ?
SAARC ৰ মূখ্য কার্যালয় কত ?
(a) Bangladesh - বাংলাদেশ
(b) Nepal - নেপাল
(c) India - ভাৰত
(d) Dhaka - ঢাকা
15. In which states Fascism and Nazism emerged ?
কোন কোন ৰাষ্ট্ৰত ফেচিবাদ আৰু নাজীবাদৰ জন্ম হৈছিল ?
(a) Italy and Germany - ইটালী আৰু জার্মানী
(b) America and England - আমেৰিকা আৰু ইংলেণ্ড
(c) France and Germany - ফ্ৰান্স আৰু জার্মানী
(d) England and Italy - ইংলেণ্ড আৰু ইটালী
16. Who is regarded as the guardian of Indian constitution ?
ভাৰতবৰ্ষৰ সংবিধানৰ ৰক্ষক কাক বোলা হয় ?
(a) President - ৰাষ্ট্ৰপতি
(b) Prime minister - প্রধানমন্ত্রী
(c) Supreme Court - উচ্চতম ন্যায়লয়
(d) Chief Justice - মুখ্য ন্যায়ধীশ
17. Which of the following countries the executive Head is Real ?
তলত দিয়া দেশবোৰৰ কোন দেশত প্রকৃত কার্যপালিকা আছে ?
(a) India - ভাৰত
(b) England - ইংলেণ্ড
(c) America - আমেৰিকা
(d) Switzerland - চুইজাৰলেণ্ড
18. Which concept regards state as a 'Necessary Evil' ?
স্বতন্ত্ৰতাৰ কোনটো ধাৰণামতে ৰাষ্ট্ৰ এক 'প্রয়োজনীয় অশুভ' ?
(a) Positive Liberty - ইতিবাচক ধাৰণা
(b) Negative Liberty - নেতিবাচক ধাৰণা
(c) Both (a and b) - 'ক' আৰু 'খ' দুয়োটাই
(d) None of these - এটাও নহয়
19. Which of the state of India has dual citizenship ?
ভাৰতবৰ্ষৰ কোন ৰাজ্যত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে ?
(a) Bihar - বিহাৰ
(b) Andhrapradesh - অন্ধ্ৰপ্রদেশ
(c) Delhi - দিল্লী
(d) Jammu and Kashmir - জম্মু আৰু কাশ্মীৰ
20. Who adopted democratic socialism in India ?
কোনে ভাৰতত গনতান্ত্রিক সমাজবাদ গ্রহণ কৰিছিল ?
(a) Mahatma Gandhi - মহাত্মা গান্ধী
(b) Pandit Jawaharlal Nehru - পণ্ডিত জৱাহৰলাল নেহেৰু
(c) Ram mohan lohia - ৰাম মোহন লোহিয়া
(d) Indira Gandhi - ইন্দিৰা গান্ধী
21. Who was the president of constituent assembly of India ?
ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল ?
(a) Dr. Rajendra Prasad - ড° ৰাজেন্দ্ৰ প্ৰসাদ
(b) Dr. B.R Ambedkar - ড° বি আৰ আম্বেদকাৰ
(c) Jawaharlal Neheru - জৱাহৰলাল নেহেৰু
(d) Sardar Vallabh Bhai Patel - চৰ্দাৰ বল্লব ভাই পেটেল
22. Who for the first time argued to make 'Freedom" fundamental right of the people ?
কোনজন দার্শনিকে প্রথমবাৰৰ বাবে 'স্বাধীনতা' ক মানুহৰ মৌলিক অধিকাৰ কৰাৰ পক্ষে যুক্তি প্ৰদৰ্শন কৰিছিল ?
(a) Rousscau - ৰুচো
(b) Plato - প্লেটো
(c) Karl marx - কার্ল মাক্স
(d) Mao Ze Dong - মাও জে ডং
23. "Swaraj is my birth right and I shall have it" who said this ?
“স্বৰাজ মোৰ জন্মগত অধিকাৰ, আমি ইয়াক পাবই লাগিব" কোনে কৈছিল ?
(a) Mahatma Gandhi - মহত্মা গান্ধী
(b) Subhash chandra Bose - সুভাষ চন্দ্র বোস
(c) Bal Gangadhar Tilak - বাল গংগাধৰ তিলক
(d) Lala Lajpat Rai - লালা লাজপট ৰায়
24. In which part of the Indian Constitution Fundamental Rights are included ?
ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত মৌলিক অধিকাৰ সমূহ অর্ন্তভুক্ত কৰা হৈছে ?
(a) 3rd - তৃতীয়
(b) 4th - চতুর্থ
(c) 5th - পঞ্চম
(d) 8th - অষ্টম
25. Who was the President of student conference of Lahore held in 1929 on 19 October ?
১৯২৯ চনৰ ১৯ অক্টোবৰত লাহোৰত অনুষ্ঠিত ছাত্র সম্মিলনৰ সভাপতি কোন আছিল ?
(a) Jawaharlal Nehru - জৱাহৰলাল নেহেৰু
(b) Mahatma Gandhi - মহাত্মা গান্ধী
(c) Moulana Abul Kalam Azad - মৌলানা আবুল কালাম আজাদ
(d) Netaji Shubhash Ch Bose - নেতাজী সুভাস চন্দ্র বসু
26. Mention a right which both citizen and Alien can enjoy.
নাগৰিক আৰু বিদেশী উভয়ে উপভোগ কৰিব পৰা এটা অধিকাৰ উল্লেখ কৰা।
(a) Right to Education - শিক্ষাৰ অধিকাৰ
(b) Right to freedom - স্বাধীনতাৰ অধিকাৰ
(c) Right to Property - সম্পত্তিৰ অধিকাৰ
(d) Right to religion - ধৰ্মৰ অধিকাৰ
27. In which year did the Indian constitution came into force ?
ভাৰতৰ সংবিধান কোন চনৰ পৰা কাৰ্যকাৰী হৈছিল ?
(a) 26 November 1949 - ২৬ নবেম্বৰ ১৯৪৯
(b) 26 January 1950 - ২৬ আগষ্ট ১৯৪৭
(c) 26 August 1947 - ২৬ জানুৱাৰী ১৯৫০
(d) 26 May 1950 - ২৬ মে ১৯৫০
28. Who was the chairperson of the drafting committee of the constitution ?
সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ?
(a) Dr. Rajendra Prasad - ড° ৰাজেন্দ্ৰ প্ৰসাদ
(b) Jawaharlal Nehru - জৱহৰলাল নেহৰু
(c) Dr. BR Ambedkar - ড° বি আৰ আম্বেদকাৰ
(d) Sardar Vallabh Bhai Patel - চৰ্দাৰ বল্লব ভাই পেটেল
29. "A wall separation exists between the state and religion" Who advocated this ?
"ৰাষ্ট্র 'আৰু ধর্মৰ মাজত এখন বৃহৎ প্রাচীৰ আছে" এই উক্তিটো কাৰ ?
(a) Thomas Jefferson - থমাচ জেফাৰচন
(b) Bill Clinton - বিল ক্লিটন
(c) Abraham lincoln - আব্ৰাহাম লিংকন
(d) Joe Biden - জু বাইডেন
30. Which fundamental rights is called 'the heart and soul of the Constitution' ?
কোনটো মৌলিক অধিকাৰক সংবিধানৰ আত্মা আৰু প্রাণ কেন্দ্র বুলি অভিহিত কৰা হয় ?
(a) Right to Equality - সমতাৰ অধিকাৰ
(b) Right to Freedom - স্বাধীনতাৰ অধিকৰা
(c) Cultural and Educational right - সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ
(d) Right to constitutional Remedies - সাংবিধানিক নিৰাময়ৰ অধিকাৰ
0 Comments